"ৰংগমঞ্চ"
এই কাহিনী কেৱল এজনী মালতীৰ নহয়। আমাৰ মাজত এনে বহুতো মালতী আছে।
"মানুহৰ শৰীৰহে বুঢ়া হয়, মন নহয়।" - কোনোবাই এনেদৰে কৈছিল। কথাটো বাৰু সঁচানে? এবাৰ নিজে ভাবি চাওক।
মালতীৰ জীৱনত ঘটা বহুতো ঘটনা হয়তো আপোনাৰ জীবনতো ঘটিছে।
আশা কৰিছো আপোনালোকে এই কাহিনীটো পঢ়ি ভাল পাব।
♠︎♠︎♠︎♠︎♠︎♠︎♠︎
Bạn đang đọc truyện trên: Truyen2U.Com